champcash হৈছে এটা networking business যি Affiliate marketing কাম কৰে । সহজ কথাত কবলৈ গলে ই Advertisingৰ কাম কৰে । ইয়াত বিভিন্ন ধৰণৰ ইনকামৰ উৎস আছে। প্ৰায় 9/10টা মান ইনকামৰ উৎস আছে । ই প্ৰধানত app সমুহৰ Advertising কৰে ।তাৰ উপৰিও ইয়াত কিছুমান fixed ইনকাম প্লেন আছে ।
Champcashৰ বিষয়ে যোৱাৰ আগতে বিজ্ঞাপন সম্পৰ্কে জনাটো দৰকাৰী । আমি সাধাৰণতে বিজ্ঞাপন Tv, বাতৰি কাকত ,আলোচনী, বেনাৰ- পষ্টাৰ আদিৰ ৰূপত দেখি আহিছোঁ । Affiliate marketingয়ে এই পৰম্পৰাগত ধাৰণাক কিছু সলনি কৰিলে । কিন্ত Champcashয়ে এই ধাৰণাক আৰু কিছু সলনি কৰিলে । আমি ইন্টাৰনেট খুলিলেই মোবাইল- কম্পিউটাৰ বিভিন্ন বিজ্ঞাপন দেখিবলৈ পাওঁ । কিন্তু এইবিলাক চাই বা ক্লিক কৰি আমি কিবা পইচা পাওঁনে । নিশ্চয় নাপাওঁ । এইবিলাক আমাৰ কাৰণে অতি সাধাৰণ কথা । কিন্ত এই সাধাৰণ কথাবিলাকেই অসাধাৰণ হৈ যেতিয়া আমি সেই লিংকৰ আত ধৰি সেই বস্ত চাবলৈ বা কিনিবলৈ বা ডাউনলোড বা কোনো ৱেবচাইট Register কৰিবলৈ যাওঁ তেতিয়া সেই বিজ্ঞাপনকাৰী(সেই ৱেবচাইটৰ গৰাকী বা ৱেবচাইট ডিজাইনাৰ সকলে)এক মোটা অংকৰ ধন লাভ কৰে । আপুনি জানি আচৰিত হব যে আপুনি কোনো এটা বিজ্ঞাপন চোৱাৰ বিনিময়তো সেই বিজ্ঞাপনকাৰী সকলে ধন লাভ কৰে । কিন্তু Champcashৰ সহায়ত আমি এই ধন আমি লাভ কৰিবলৈ সক্ষম হওঁ ।
কিছু বছৰ আগলৈকে এই ধাৰণাই প্ৰচলিত আছিল । কিন্ত এই দৃশ্যপট সলনি হৈছে । Champcashৰ আগমনে এই ধাৰণাক কিছু সলনি কৰিলে । Champcashৰ সহায়ত আমি এই ধন লাভ কৰিবলৈ সক্ষম হওঁ ।
1) Advertiser : Amazon,Paytm,Ebay ইত্যাদি কোম্পানী বিলাকে নিজা ব্যৱসায় বঢ়াবলৈ বিচাৰে । সেয়ে তেওঁলোকে সেৱা সমুহ অধিক সংখ্যক লোকৰ মাজলৈ লৈ যাবলৈ বিচাৰে । এনে ই- কমাৰ্চ প্ৰতিষ্ঠানবিলাকে সম্প্ৰতি বজাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
2. Champcashত বহু সংখ্যক লোক জড়িত হৈ আছে আৰু প্ৰতিষ্ঠানটোৱে পৃথিৱীৰ বিভিন্ন দেশৰ ভিন্ন ভিন্ন বিজ্ঞাপকসকলৰ সৈতে চুক্তিবদ্ধ হৈছে । সেয়ে বিজ্ঞাপক সকলে তেওঁলোকৰ বিজ্ঞাপনসমুহ Champcashত অনলাইনযোগে প্ৰচাৰ কৰে যাতে তেওঁলোকৰ বিজ্ঞাপন সমুহ আমি চাব পাৰোঁ ।
3) ব্যৱহাৰকাৰী বা user সকলে তেওঁলোকৰ বিজ্ঞাপনবিলাক Champcashৰ Systemৰ যোগেদি চাব পাৰিব । বিজ্ঞাপন যিমানেই প্ৰচাৰ হয় সিমানেই প্ৰতিষ্ঠানবিলাকৰ ব্যৱসায় ভাল হয় । যিহেতু Champcashয়ে তেওঁলোকৰ বিজ্ঞাপনৰ বাবে এখন প্লেষফৰ্ম দিলে সেয়ে Champcashক শতকৰা হিচাপত কমিচন দিয়ে আৰু Champcashয়ে প্ৰতিজন ব্যৱহাৰকাৰীক তেওঁলোকৰ কামৰ অনুপাতত ধন প্ৰদান কৰে ।
Champcashয়ে কোনো পইচা ব্যৱহাৰকাৰী বা userৰ পৰা নলয় । বৰঞ্চ Advertiser বা বিজ্ঞাপনকাৰীৰৰ পৰা পইচা লয় আৰু আমাক কামৰ বিনিময়ত বিতৰণ কৰে ।
ইয়াৰোপৰি আৰু বিভিন্ন কামৰ যোগেদি ইয়াৰ পৰা সুন্দৰ উপাৰ্জন কৰিব পাৰি ।
এই কামক আপুনি Very Serious business ৰূপেও কৰিব পাৰিব ।
Full Time or Part Timeত ঘৰৰ পৰা আন যিকোনো স্থানৰ পৰাই যিকোনো সময়তে নিজা মবাইল বা লেপটপ বা Pc পৰা কৰিব পাৰিব ।
আপোনাক মাত্ৰ 2G/3G/4G মবাইল ডাটাৰ বা ৱাই-ফাইৰ প্ৰয়োজন হব । ইয়াত কাম কৰিবলৈ এয়াই যথেষ্ট ।
কামৰ কাৰণে আপুনি ইচ্ছানুসৰি সময় দিব পাৰিব । আপুনি আজৰি সময় দিব পাৰিব বা যি সময়ত ফেচবুক, ৱাটৱআপ কৰি কটায় সেই সময়ত আপুনি কাম কৰিব পাৰে
আপোনাৰ ওপৰত সেৱা নিৰ্ভৰ কৰিব । Champcashৰ কাম কৰিব তাৰ বাবদ আপুনি শতকৰা হিচাপত পইচা পাব ।( এয়া বহুত টকা হব পাৰে টকাৰ হিচাপত।) । ইয়াত Internet survey, WEB offer সম্পূৰ্ণ কৰি বা Video চাই উপাৰ্জন কৰিব পাৰিব । আপুনি কামবিলাক শিকি আৰু শুদ্ধকৈ নিয়মীয়াকৈ কাম কৰিলে ভাল উপাৰ্জন (10,000 পৰা 50,000) কৰিব পাৰে । বহু লোকে প্ৰতি মাহে অযুতৰ ঘৰত, লাখৰ ঘৰত উপাৰ্জন কৰিছে । গতিকে অসম্ভৱ নহয় ।
মোবাইল ৰিচাৰ্জ, শ্বপিং, বিল পেমেন্ট অতি প্ৰয়োজনীয় সেৱা আজিৰ তাৰিখত । এই সকলোবোৰ কাম ঘৰৰ পৰাই নিজে Champcashৰ সহায়ত কৰিব পাৰিব । আৰু প্ৰতিটো কামত শতকৰা হিচাপত উপাৰ্জন হব, যি কামত আপোনাৰ উপাৰ্জন কেতিয়াও পূৰ্বে হোৱা নাছিল ।
যিকোনো ৰাষ্ট্ৰীয়কৃত বেংকৰ যোগেদি পে'মেন্ট কৰা হয় ।
1) এই তথ্যখিনি পঢ়াৰ পাছত আপুনি FREE REGISTRATION কৰিব লাগিব ।
2) FREE REGISTRATIONৰ পাছত কেনেকৈ এই কাম কৰে সেৱা বুজিলৈ আৰু কামবোৰ শুদ্ধকৈ শিকি নিয়মীয়াকৈ কৰিব ।
এই কাম একেবাৰে সহজ । এই কামত উজ্জ্বল ভৱিষ্যত নিতান্তই আছে । এই ব্যৱসায় বৰ্তমান সমগ্ৰ বিশ্বতে চলি আছে ।
প্ৰথমে ডাটা সংযোগ বা ৱাই ফাই অফ কৰি অন কৰি লওঁক
NEXT ...
1) আপোনাৰ যদি Android ম'বাইল আছে তেন্তে,
Playstore খোলক ....
2)CHAMPCASH APP ইনষ্টন কৰক ।
3) Appটো খুলি SING UP with champcash or SING UP with Google ক্লিক কৰক । তাৰ পৰা আপোনাৰ তথ্য শুদ্ধকৈ দিয়ক আৰু PROCEED কৰি ID 5400868 দিব আৰু VERIFY কৰিব ।
4) আপোনাৰ Registration সম্পূৰ্ণ হব ।
1) http://web.champcash.com যিকোনো Browserৰে PC বা Windows mobileত খোলক ।
2)Sing up with champcashত ক্লিক কৰক ।
3) নাম , Email ID আৰু আন তথ্য শুদ্ধকৈ দিয়ক আৰু Terms and Conditions পঢ়ি CONTINUE কৰিব ।
4) ৰেফাৰ ID : 5400868 দিব আৰু CHECK কৰি CONTINUE কৰিব ।
5) আপোনাৰ Registration সম্পূৰ্ণ হব ।
কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত । |