Old school Swatch Watches

image
মুখ্যপৃষ্ঠা যাবলৈ ইয়াত ক্লিক কৰক
CHAMPCOIN CHAMPCOIN CHAMPCOIN CHAMPCOIN CHAMPCOIN

The Champcoin


Primary3AWhatsApp2FMedia2FWhatsApp20Profile20Photos2FYOUR20CHAMPCASH2012020170203 091150
বহুতেই champcoin কি বুজি পোৱা নাই । champcoin হৈছে একপ্ৰকাৰ ডিজিটেল মুদ্ৰা বা ডিজিটেল সম্পত্তি আৰু পেমেণ্ট পদ্ধতি । অৰ্থাৎ ইয়াৰ অৱস্থিতি কেৱল ইন্টাৰনেটত । আমি ইয়াক চুই চাব নোৱাৰোঁ ।
গতিকে champcoinনক জানিবলৈ আমি ডিজিটেল মুদ্ৰাৰ বিষয়ে জানিব লাগিব । ই এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা৷ মানে যাৰ কোনো কেন্দ্ৰ নাই৷ ইয়াৰ কোনো নিৰ্দিষ্ট নিয়ন্ত্ৰক নাই৷ যেনে, বেঙ্ক, চৰকাৰ ইত্যাদি৷ ফলত ইয়াৰ লেনদেন কৰিলে কোনো বেং অথবা থাৰ্ড-পাৰ্টিক ট্ৰেঞ্জেক্সচন ফিজ দিবলগীয়া নহয়৷ ইয়াক পিয়েৰ টু পিয়েৰ ট্ৰেঞ্জেক্সন বুলি কোৱা হয়৷ মানে হাতা-হাতি পইচা দিয়াৰ নিচিনা৷
দ্বিতীয়তে ইন্টাৰনেচনেলি যিকোনো দেশতে ইয়াৰ লেনদেন কৰিব পাৰি৷ টকা,
ডলাৰ, ইউৰো আদিৰ দৰে বেলেগ
বেলগ দেশত বেলেগ বেলেগ ৰূপ নাই৷ বিশ্বত প্ৰায় 190 বিধমান ডিজিটেল মুদ্ৰা আছে ।

champcoinৰ বিষয়ে জানিবলৈ বিটকইন বিষয়ে জানিব প্ৰথমে জানিব লাগিব । কাৰণ বিটকইনৰ বিষয়ে champcoin কি জনাতো সহজ হৈ পৰিব । ডিজিটেল মুদ্ৰা বৈশিষ্ট্য হৈছে যে ইয়াৰ মূল্য হৈছে চলন্ত । আপোনালোকক এটা উদাহৰণ দিব বিচাৰোঁ যেতিয়া বিটকইন আৰম্ভ হৈছিল 2009 চনত তেতিয়া ইয়াৰ মূল্য আছিল ভাৰতীয় হিচাপত 22 পইচা আৰু আজিৰ তাৰিখত এক বিটকইনৰ মুল্য হৈছে 65 হাজাৰ টকা । গতিকে অনুমান কৰক যি 2009 বা 2010 চনত 100 বা 200 বিটকইন কিনি থৈছিল তেওঁৰ আজিৰ অৱস্থা কেনে হব পাৰে ।
ই ইমান বেগেৰে বাঢ়িছে যে
কম সময়ৰ ভিতৰতে বিশ্ব অৰ্থনীতিত তোলপাৰ লগাই দিছে৷আজি কালি বাৰ, ৰেষ্টুৰেন্ট,
চপিং মল আদিতো বিটকইন একচেপ্ট কৰিবলৈ লৈছে৷ ইয়াক এপৰ সহায়ত ভাৰতীয় মুদ্ৰালৈ সলনি কৰিব পাৰি ।


এতিয়া আহোঁ champcoinৰ বিষয়ে । champcoinৰ আৰম্ভণি দৰ 35 পইচা ধৰা হৈছিল যদিওঁ ইয়াৰ দৰ বুকিংয়তে 5 টকালৈ বৃদ্ধি প্ৰায় । যেতিয়া 10/12 দিয়াৰ পাছত champcoin আহিব তেতিয়া ইয়াৰ দৰ 10 টকাৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । champcoinনে আৰম্ভণিতে তীব্ৰ গতিত বৃদ্ধি হোৱা ডিজিটেল মুদ্ৰাৰূপে পৰিগণিত হৈছ ।champcoinৰ জনপ্ৰিয়তালৈ চাই কিনিবৰ বাবে ডাঙৰ ডাঙৰ কোম্পানী আগবাঢ়ি আহিছে । এক সপ্তাহতে জাৰ্মানীৰ news আহিবলৈ সক্ষম হৈছে । champcashৰ এক কোটি ব্যৱহাৰকাৰী । এই বিলাক চাই এবছৰত ভিতৰত ইয়াৰ মূল্য এক হাজাৰটকাৰ অতিক্ৰম কৰাৰ প্ৰবল সম্ভাৱনা আছে ।


ইয়াৰ বুকিং ইতিমধ্যে সমাপ্ত হৈছ । এতিয়া সদ্যহতে আমি ইয়াক champcash balanceৰ সহায়ত কিনিব পাৰিব । ইয়াৰ বাবে champcash balance কমেওঁ $5 হব লাগিব । যি সকলৰ এতিয়াওঁ 5 ডলাৰ হোৱা নাই তেওঁলোকে যোৰদাৰ গতিত $5 ইনকাম কৰক যিমান পাৰে কম দামত কিনিবলৈ চেষ্টা কৰক । কাৰণ যেতিয়া 10 দিনৰ পাছত champcoin C-CEX আহিব তেতিয়া দৰ তীব্ৰ গতিত বৃদ্ধি পাব ।


এটা উদাহৰণ দিছো $5

$5 = এক ডলাৰ fixe ভাৰতীয় মূল্য 62 । গতিকে $5 হব 310 টকা
TDS = 5%( প্ৰায় 16 টকা )
=310 - 16
=294 টকা
294 টকাত 35 পইচাকৈ পাম আমি

294/0.35 =840 টা coin

এবছৰত ইয়াৰ আনুমানিক বৃদ্ধি মূল্য 1000
840 coinত 1000কৈ হব 840000.00 টকা

---------✿✿✿✿----------
The Champcoin সম্পৰ্কীয় পষ্ট

Champcash কি ?

Bitcoin কি ?

কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।