image
মুখ্যপৃষ্ঠা যাবলৈ ইয়াত ক্লিক কৰক
BITCOIN BITCOIN
FB IMG 14950006427538289

বিটকইন কি ?


startMiner - free and simple next generation Bitcoin mining software

বিটকইন হ'ল বিশ্বৰ প্ৰথম আৰু অতি মূল্যবান Digital Currency/Cryptocurrency.
বিটকইন হৈছে এবিধ ভাৰ্চুৱেল মুদ্ৰা বা
টকা৷ ভাৰ্চুৱেল, মানে যাৰ অৱস্থিতি কেৱল কম্পিউটাৰৰ ভিতৰত৷ আপুনি তাক হাতেৰে
চুব নোৱাৰে৷ কেৱল অনলাইন যোগেহে ইয়াক
ব্যৱহাৰ কৰিব পৰিব৷ ইয়াৰ অৰ্থ এইটো নহয়
যে বিটকইনেৰে কেৱল অনলাইন চপিঙহে
কৰিব পাৰি৷ আজিকালি বাৰ, ৰেষ্টুৰেন্ট,
চপিং মল , দোকান আদিতো বিটকইন একচেপ্ট কৰিবলৈ লৈছে৷ কিছু কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰী বেতন বিটকইনৰ ৰূপত দিয়াওঁ শুনা গৈছে। তাৰবাবে লগত আপুনি মোবাইলটো নিব লাগিব৷ QR ক'ডৰ জৰিয়তে আপুনি এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ বা কম্পিউটাৰলৈ বিটকইন ট্ৰেন্সফাৰ কৰিব পাৰিব৷ বৰ্তমান সময়ত কিছু দেশত বিটকইনৰ ATM বহোৱা হৈছে । যাৰ সহায়ত QR codeৰ যোগে ATM পৰা দেশীয় মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰি ।বিটকইনৰ বিষয়ে অধিক জানিবৰ বাৰে Google আৰু Youtube ত চাব পাৰে।


2008চনৰ অক্টোৱৰ মাহত জাপানৰ Satoshi Nakamoto নামৰ ব্যক্তি এজনে উদ্ভাৱন কৰিছিল অাৰু 2009 চনৰ জানুৱাৰী মাহত ইয়াৰ প্ৰচলন হৈছিল। অতি কম সময়ৰ ভিতৰত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু ইয়াৰ মূল্য বছৰি 700% লৈকে বৃদ্ধি পাইছে।
2009 চনৰ জানুৱাৰী মাহত এক বিটকইনৰ মূল্য মাত্ৰ 50 পইচাৰ ভিতৰত আছিল ।বৰ্তমান ইয়াৰ মূল্য এক লাখৰ অধিক। ই ইমান বেগেৰে বাঢ়িছে যে কম সময়ৰ ভিতৰতে বিশ্ব অৰ্থনীতিত তোলপাৰ লগাই দিছে৷ ZEBPAY, BTCX India, Unocoin আদি ৱেবচাইটত টকাক বিটকইনলৈ সলনি কৰিব পাৰি আৰু বিটকইনক টকালৈ সলনি কৰিব । যোৱা এবছৰৰ ভিতৰত ভাৰতত ইয়াৰ ভিতৰত তীব্ৰ গতিত বৃদ্ধি পাইছে । সেইবাবে ভাৰত চৰকাৰে ইয়াক চৰকাৰী ভাবে লিগেল কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।


কেইবাটাও কাৰণত মানুহে বিটকইনৰ প্ৰতি আকৰ্ষিত হৈছে ।


প্ৰথম কথা বিটকইন এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা৷ মানে যাৰ কোনো কেন্দ্ৰ নাই৷ ইয়াৰ কোনো নিৰ্দিষ্ট নিয়ন্ত্ৰক নাই৷ যেনে, বেঙ্ক, চৰকাৰ ইত্যাদি৷ ফলত বিটকইনেৰে লেনদেন কৰিলে কোনো বেং অথবা থাৰ্ড-পাৰ্টিক ট্ৰেঞ্জেক্সচন ফিজ দিবলগীয়া নহয়৷ ইয়াক পিয়েৰ টু পিয়েৰ ট্ৰেঞ্জেক্সন বুলি কোৱা হয়৷ মানে হাতা-পাতি পইচা দিয়াৰ নিচিনা৷


দ্বিতীয়তে ইন্টাৰনেচনেলি যিকোনো দেশতে ইয়াৰ লেনদেন কৰিব পাৰি৷ টকা,ডলাৰ, ইউৰো আদিৰ দৰে বিটকইনৰ বেলেগ বেলগ দেশত বেলেগ বেলেগ ৰূপ নাই৷
তৃতীয়তে বিটকইন ব্যৱহাৰ কৰা জনক কোনেও ট্ৰেক কৰিব নোৱাৰে৷
চতুৰ্থতে বিটকইন মাইনিং, যাৰ জড়িয়তে ঘৰতে বহি নতুন বিটকইন সৃষ্টি কৰিব পাৰি৷
পাচ নম্বৰত ফৰেক্স ট্ৰেদিং৷ বিটকইনৰ বজাৰ মূল্য ইমান বেগৰে বাঢ়ি গৈছে যে, আপুনি যদি আজি এটা বিটকইন কিনে এসপ্তাহ পিছত তাক প্ৰায় দুগুণ দামত বেচিব পাৰিব৷ আপোনাক এটা উদাহৰণ দিছোঁ । 2009 চনত ইয়াৰ মূল্য আছিল প্ৰায় 1 টকা আজিৰ তাৰিখত ইয়াৰ ইয়াৰ মূল্য এক লাখৰো অধিক যিসকলে সেই সময়ত সৰহকৈ কিনিছিল তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা কি হব পাৰে আপুনি সহজে অনুমান কৰিব পাৰিছে ।
BitMiner - free and simple next generation Bitcoin mining software

বিটকইনৰ চিকিউৰিটিৰ ব্যৱস্থাটোক মাইনিং (mining) কৰা বুলিকোৱা হয়৷এই ব্যৱস্থাটোৰে পৃথিৱীৰ বিভিন্ন চুকত থকা কম্পিউটাৰবোৰক
একত্ৰিত কৰি এখন নেটৱৰ্ক সৃষ্টি কৰা হৈছে৷ এই কম্পিউটাৰবোৰক মাইনাৰ(miner) বুলি কয়৷ নেটৱৰ্কৰ এই কম্পিউটাৰবোৰে প্ৰথমৰ পৰা আজিলৈ বিটকইনৰ প্ৰত্যেকটো ট্ৰেনজেক্সনৰ ডিটেইল্ছ এটা ফাইলত ৰেকৰ্ড কৰি গৈছে৷ আৰু এই প্ৰক্ৰিয়াটোৰে বিটকইনক হেক কৰাটো অসম্ভৱ কৰি তুলিছে৷ দিনে দিনে মাইনিঙত অংশ লোৱা কম্পিউটাৰৰ সংখ্যা বাঢ়ি গৈ আছে৷আৰু চিকিউৰিটি চিস্টেমটো ষ্ট্ৰং হৈ গৈ আছে৷ চাটোচি নাকামোটোৱে বিটকইনৰ চিকিউৰিটি ব্যৱস্থাটো শক্তিশালী কৰিবলৈ, মানুহক মাইনিঙৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই ব্যৱস্থাটো কৰিছিল৷



CoinBulb
বিটকইন মাইনিং কৰোতো জটিল আৰু খৰচি হয় । সেইবাবে আমি কিছুমান সহজ পদ্ধতি সহায়ত Satoshi ( বিটকইনৰ সৰু একক) সংগ্ৰহ কৰিব পাৰি ।
নিজৰ Smartphone, Laptop,Computer ৰ সহায়ত ঘৰতে বহি অাজৰি সময়ত অতি সহজে অামি বিটকইন সংগ্ৰহ কৰিব পাৰো।ইয়াৰ বাৰে উচ্চ ৰেটিং প্ৰাপ্ত কিছুমান বিটকইন এপৰ প্ৰয়োজন, যেনে- Bitmaker, BTC Safari, Free Bitcoin, Free Bitcoin Booster, Blockchain Game অাদি ।তেনেকৈ বিটকইন সংগ্ৰহ কৰাৰ বিভিন্ন ৱেৱচাইট আছে।বিভিন্ন এপৰ পৰা সংগ্ৰহ কৰা Bit বা Satoshi ( Bitcoinৰ সৰু একক) Zebpay Bitcoin India Wallet নামৰ এপত একেলগে জমা । যিসকলে zebpay ডাউনলোড কৰা নাই এই লিংকত গৈ ডাউনলোড কৰি লব পাৰিব ।

ZEBPAY APP ডাউনলোড কৰক
।ইয়াৰ বাবে প্ৰতিটো বিটকইন এপত Zebpay wallet address টো paste কৰি লোৱা হয়।App বোৰ play store ৰ পৰা নলৈ link ৰ যোগেদি install কৰি ল'লে ব'নাচ দিয়া হয়। Zebpay এপৰ জৰিয়তে বিটকইন কিনা-বেচাও কৰিব পাৰি । বিটকইনৰ বিষয়ে অধিক জানিবৰ বাৰে Google আৰু Youtube ত চাব পাৰে।

তলত বিটকইন সংগ্ৰহৰ কিছুমান Websiter link দিয়া হৈছে । এইবিলাক Webৰ সহায়ত সহজেই বিটকইন পাব পাৰি । অধিক জানিব whatsapp no 9678907891ত message কৰিব পাৰে ।

FREEBITCOIN
CLAIMERS
CRYPTOADDICTED
MOON BITCOIN
My Faucet
ADS4BTC

কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।

Snack's 1967