মুখ্যপৃষ্ঠা যাবলৈ ইয়াত ক্লিক কৰক
প্ৰয়াত প্ৰেমধৰ বৰগোহাঁই
জন্ম : ৭ অক্টোবৰ, ১৮৮৮
মৃত্যু : ২৮ ডিচেম্বৰ, ১৯৬২
পিতৃ : ভৱধৰ বৰগোহাঁই
শিক্ষা
১৮৯৮ চনত ৫নং আমকটিয়া স্কুলত প্ৰাথমিক শিক্ষা সমাপ্তি ।
১৯০৬ চনত নাজিৰা হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ ।
১৯০৮ চনত কটন কলেজৰ পৰা এফ, এ, পৰীক্ষাত উত্তীৰ্ণ ।
১৯১০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ।
১৯১২ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ ।
চাকৰি জীৱন
নাজিৰা হাইস্কুলত কেইমাহমান ।
কটন কলেজৰ অসমীয়া অধ্যাপক ।
৭ নবেম্বৰ ১৯১৪ চন, উপপ্ৰতি সমাহৰ্ত্তা হিচাবে চৰকাৰী চাকৰিত যোগদান ।
১৯২২ চনত এচ. ডি. চি. চাকৰি ইস্তফা ।
ব্যৱসায়
কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।
Log in
Ring ring