Old school Swatch Watches
মুখ্যপৃষ্ঠা যাবলৈ ইয়াত ক্লিক কৰক
পানিনী অসমীয়া কিবৰ্ড
মোবাইলত অসমীয়া টাইপিং পদ্ধতিৰ বিষয়ে আলোচনা কৰিবলৈ গলে প্ৰথমেই নাম আহে পানিনী অসমীয়া কিপেডৰ। পানিনী অন্যান্য ভাৰতীয় ভাষাৰ লগতে বৰ্তমান ই অসমীয়া ভাষাটো উপলব্ধ । পানিনী অসমীয়া কি-পেৰ্ড হৈছে মোবাইল অসমীয়া লিখাৰ আটাইতকৈ জনপ্ৰিয় আহিলা। পানিনী কিপেৰ্ডৰ সহায়ত সহজেই অসমীয়া টাইপ কৰিব পাৰি। ই হৈছে মোবাইলত অসমীয়া লিখিব পৰা আটাইতকৈ উত্তম পদ্ধতি । ইয়াৰ লগত সংযোগ হৈছে আছে পানিনী অভিধান যিয়ে আপোনাক এটা বা দুটা শব্দ টাইপ কৰা পাছত সম্ভাব্য শব্দৰ লিষ্ঠ প্ৰদৰ্শন কৰিব ।
পানিনী ডাউনলোড লিংক
লিখাৰ পদ্ধতি : -
১/ এনড্ৰইড তথা স্মাৰ্ট ফোন সমূহত পোনপটিয়াকৈ পানিনী কিপেৰ্ডৰ সহায়ত অসমীয়া লিখিব পাৰি। ডাউনলোড কৰাৰ পাছত ফোনৰ চেটিংছত গৈ Language/ keypad setting -> panini assamese keypad ক্লিক কৰক। তাৰ পাছত Input method setting গৈ Panini assamese keyboard ত ক্লিক কৰক। তাৰ পাছত আপুনি যতেই অসমীয়া লিখিব বিছাৰে লিখিব পাৰিব
2/ অন্যান্য ফোনত
Step 1:-
প্ৰথমতে আপুনি নিশ্চিত হৈ লওক আপোনোৰ ম'বাইলত Copy/ Paste কৰা সুবিধা আছেনে নাই। যদি আছে,ওপৰত লিংকটোত গৈ Panini Keypad, Assamese Version Software টো Download কৰি লওক ।
Step 2:- Panini Software টোত গৈ ---
Step (a):- লিখুন (Write messages) নিৰ্বাচন কৰক।
Step (b):- এতিয়া Options ক্লিক কৰি “ভাষা বদলত” গৈ অসমীয়া
ভাষাটো বাচি লওক আৰু আপোনাৰ প্ৰয়োজনীয় কথাখিনি লিখক । ( লিখা পদ্ধতিৰ সহায়ৰ বাবে “সহায়তা” চাৱক)
Step (c):- লিখি হ'লে Options ক্লিক কৰি “ব়ক্ষণ” নিৰ্বাচন কৰক ।
Step (d):- আকৌ Options ক্লিক কৰি “ফেব়ত” নিৰ্বাচন কৰক ।
Step (e):- এতিয়া খসড়া (Saved messages) ত গৈ Options ক্লিক কৰি Editing Options নিৰ্বাচন
কৰক ।
Step (f):- পুনৰ Copy all ক্লিক কৰক।
Step (g):- এতিয়া Cancel মাৰি Software টো বন্ধ কৰক আৰু ফেচবুকত আহি Editing Options ত গৈ Paste কৰক।
কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।