যেতিয়া এটা মবাইলফোন মেৰামতি কৰিবলৈ শিকা হয়, তাৰ আগতে আমি তাৰ যন্ত্ৰাংশ আৰু পিচিবি(PCB printed circuit board)ৰ অংশ সমুহৰ বিষয়ে ভালদৰে জনাতো অতি গুৰুত্বপূৰ্ণ । এই অংশ তথা উপাদান সমুহৰ বিষয়ে ভালদৰে জানিলে এটা মোবাইল ফোন মেৰামতি কৰা ইমান কঠিন নহয় ।
Nokia, Samsung, Motorola, China Mobileকে আদি কৰি সকলো ধৰণৰ মোবাইল ফোনৰ পিচিবি দুটা ভাগত বিভক্ত । ভাগ কেইটা হৈছে (1) Network Section আৰু
(2) Power Section । ইয়াৰ চিত্ৰ তলত দিয়া হৈছে । এটা মোবাইল ফোনৰ পিচিবিৰ অংশসমূহ , ইলেক্টনিক কম্পনেন্ট আৰু IC সমুহ চিনাক্তকৰণৰ ক্ষেত্ৰত এই ভাগ দুটাৰ ভূমিকা আছে ।
1. Antenna Point: The point where antenna is connected is called antenna point. It is normally located at the top of the PCB of a mobile phone.
Network Section : The section below
antenna point and above power section is called network section.
2. Antenna Switch : It is found in the
network section. It is made from metal and non-metal. It has 16 points or legs. In some mobile phones, the antenna switch is merged with PFO.
3. PFO: Power Frequency Oscillator. It is present beside the antenna switch.
কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত । |