Snack's 1967

image
মুখ্যপৃষ্ঠা যাবলৈ ইয়াত ক্লিক কৰক

জাহ্নৱী কিব'ৰ্ড


1896813 404638516348665 1284555409 n
জাহ্নৱী কিব'ৰ্ডৰ বৈশিষ্ট্য সমূহ হৈছে : -

অসমীয়া, ইংৰাজীৰ লগত প্ৰথমখন টাই-আহোম ভাষাৰ এণ্ড্ৰ’ইড কী-বৰ্ড( Assamese, English and first Tai-Ahom keyboard)

তিনিওটা ভাষাতে শব্দৰ উন্নত পূৰ্বানুমান ব্যৱস্থা( next word prediction technology)( next word prediction in all three languages)

সততে ব্যৱহাৰ কৰি থকা বাক্য/বাক্যাংশৰ ছৰ্টকাট ব্যৱস্থা ( যেনে:
asap(as soon as possible),আদিশুহ(আপোনাৰ দিনটো শুভ হওক) আদি)( shorcuts for commonly used sentences phrases)

৫ টা বিনামূলীয়া কী-বৰ্ড থিম( 5 free keyboard themes)

ইউজাৰ ডিক্সনেৰিৰ ব্যৱস্থা( মূল ডিক্সনেৰিত নথকা শব্দ ভৰাব বা
মোহাৰিব পৰা ব্যৱস্থা)( User dictionary support, can add/delete words)

৫ টা বিনামূলীয়া কী-বৰ্ড থিম( 5 free keyboard themes)

দুখনকৈ অসমীয়া কী-লেআউট( 2 Assamese layouts)


ই এনড্ৰইড ভাৰ্চন 4.1 পৰা উপলব্ধ

জাহ্নবী ডাউনলোড লিংক

কপিৰাইত © বাই "মাদুৰি"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।